কামতাপুৰ আন্দোলন ধ্বংস কৰাৰ গভীৰ ষড়যন্ত্ৰ

  • উত্তম কুমাৰ ৰয়

কামতাপুৰ ৰাজ্য পুণৰগঠণ আন্দোলনক ধ্বংস কৰাৰ বাবে বিভিন্ন পক্ষ নানান ধৰণৰ কুটিল কৌশল সময়ে সময়ে অবলম্বন কৰি আহিছে। এয়া এক সুপৰিকল্পিত ষড়যন্ত্ৰ। ইতিমধ্যেই ভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটত কামতাপুৰ ৰাজ্য পুণৰগঠণৰ আন্দোলনে মান্যতা লাভ কৰিছে।আমি সকলোৱে কম-বেছি পৰিমাণে হ’লেও জানো যে ১৯৪৯ চনৰ ২৮আগষ্টত কোচবিহাৰৰ মহাৰজা জগদ্বীপেন্দ্ৰ নাৰায়ণ আৰু ভাৰত চৰকাৰৰ মাজত এক দ্বিপাক্ষীক চুক্তি স্বাক্ষৰিত হয়। সেই চুক্তি অনুসৰি কোচবিহাৰক ভাৰতীয় সংবিধানৰ আওতাত গ-শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ কথা আছিল। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে ১৯৫৬চনত ভাৰতীয় সংবিধানৰ পৰা গ-শ্ৰেণীৰ ৰাজ্যৰ অৰ্হতা উঠাই দিয়া হয়। ঠিক সেই সময়তে সৰ্ব্বভাৰতীয় পৰ্যায়ত ৰাজ্য পুণৰগঠণ আয়োগ গঠন কৰা হয়। ঠিক সময়ত আমাৰ সমাজৰ কেইবা গৰাকী বৰেণ্য ব্যক্তি কামতাপুৰ ৰাজ্য পুণৰগঠণৰ দাবী উত্থাপন কৰিছিল যদিও ভাৰত চৰকাৰে এই যুক্তিপূৰ্ণ দাবীক কোনো মান্যতা নিদিলে। Continue reading

Posted in Assamese Article, Our News | Leave a comment

Greater Bongaigaon Nagar Samiti under the aegis of Koch Rajbongshi Cultural Society formed

Anuj Choudhury

BONGAIGAON, 26th Nov: The Koch Rajbongshi Cultural Society (KRCS) in its recent development formed the ‘Greater Bongaigaon Nagar Samiti’, a branch committee (third-tier) under Bongaigaon District Committee of KRCS. An executive level meeting was held in Kanishka Hotel at 5:00 pm on 25th November, 2017 to fill the key positions of the branch executive committee. The meeting was chaired by Mr. Tarun Choudhury, sharing with him the dias were members from the Central Executive Committee namely Mr. Durbasha Ray (Advisor), Mr. Buddheswar Ray (President), Mr. Dhananjoy Barman (Working President), Mr. David Ray (Cultural Secretary), Kamal Kishore Adhikary (President- District Committee) and Chandan Barman (Working President- District Committee). Other dignatories from Bongaigaon namely Lakhikanta Ray (Educationalist and Social Worker) Manjula Baruah Choudhury(Sportsperson) and Col. Siben Ray (Ex-Army veteran) were also present to grace the significant occasion. Continue reading

Posted in Our News | Leave a comment